专业歌曲搜索

Nilaanjanā - Papon.mp3

Nilaanjanā - Papon.mp3
[00:00.000] 作词 : Jananjay...
[00:00.000] 作词 : Jananjay Saikia
[00:01.000] 作曲 : Papon/Jananjay Saikia
[00:34.107] নিজানৰ এটি অবুজ কোলাহলে
[00:39.743] বান্ধি ৰাখে দুটি মন
[00:45.398] দুচকুতে আছিলোঁ সজাই
[00:51.045] ভাললগা এটি ক্ষণ
[00:57.030] সুৰবোৰে তাতেই ভেজা লাগি
[01:02.555] মৌনতা হৈ উজায়
[01:08.343] খুজি খুপি বুকুতে বহি ৰৈ
[01:14.147] কিনো বাঁহী বজায়!
[01:19.793] নীলাঞ্জনা
[01:23.339] মোৰ আকাশৰ
[01:25.709] ফাগুন চোৱাঁনা
[01:30.207] এটি সুৰ
[01:32.962] পলাশৰ
[01:35.759] পৰিসৰ
[01:39.039] যাযাবৰ
[01:42.875]
[02:05.380] ফাগুনৰে দুপৰীয়া
[02:11.278] তাতে এজাক বতাহ
[02:16.617] চিলাখনি উৰি ফুৰা
[02:21.751] যেন তোমাক চুমিহে যায়
[02:27.494] বতাহত নাচে তাই
[02:30.083] ছিঙিও ছিঙা নাই
[02:33.677] ধৰাৰে অযুত অভিমান
[02:39.449] নীলাঞ্জনা
[02:42.862] মোৰ আকাশৰ
[02:45.792] ফাগুন হোৱাঁনা
[02:50.015] এটি সুৰ
[02:52.959] পলাশৰ
[02:55.666] পৰিসৰ
[02:58.593] যাযাবৰ
[03:02.730]
[03:24.977] মৰমৰে দুটি পখিলা
[03:30.307] এজনী কপাহী, এজনী নীলা
[03:36.219] গোলাপৰে পাহিতে বহি
[03:41.885] কতযে সানিছে ৰং!
[03:47.667] উলাহতে নাচে তাই
[03:50.491] ভাগৰি ভাগৰা নাই
[03:53.212] অভিনয় কি নাজানে তাই
[03:59.498] নিজানৰ এটি অবুজ কোলাহলে
[04:05.347] বান্ধি ৰাখে দুটি মন
[04:10.930] দুচকুৰে আছিলোঁ সজাই
[04:16.744] ভাললগা এটি ক্ষণ
[04:22.116] সুৰবোৰে তাতেই ভেজা লাগি
[04:28.107] মৌনতা হৈ উজায়
[04:33.497] খুজি খুপি বুকুতে বহি ৰৈ
[04:39.976] কিনো বাঁহী বজায়!
[04:45.882] নীলাঞ্জনা
[04:48.929] মোৰ আকাশৰ
[04:51.681] ফাগুন চোৱাঁনা
[04:56.044] এটি সুৰ
[04:58.533] পলাশৰ
[05:01.343] পৰিসৰ
[05:04.500] যাযাবৰ
展开